Tuesday, 26 November 2019

জিভাৰ জুতিৰ

😃😃😃জিভাৰ  জুতিৰ 😃😃😃

মাছৰ কেচা চাহৰ চেঁচা, 
খাবলৈ  নহয় ভাল।
ভজা পোৰা খালেও আকৌ,
হয় যমকাল।
ভজা পোৰা সোৱাদ ল'লে ,
দিঙি বুকু জ্বলে ,
পেতৰ যন্ত্ৰণা থাকিব  নোৱাৰি
টেঙা উগাৰ আহে ।
তাতকৈ কেঁচাই চেঁচাই খাই দিয়াই ভাল,
নহ'লে যে সেই বিলাকেই
যদিহে হয় যমকাল ।
তাতোকৈ উত্তম একোকে নাখায় ,
লঘোনে থাকি পেত পেলাই 
শুই থকাই ভাল । 
যিহ'কে খাওঁ সকলো যদি বিহ হৈ যায়,
তেনেহ'লে জীয়াই থকাৰ কি আছে বাৰু উপায়?
                                   ...............মন্তি মহন্ত


No comments:

Post a Comment